logo
blog post
মধ্যপ্ৰদেশ ভ্ৰমণApril 20 2024

মধ্যপ্ৰদেশ ভ্ৰমণৰ এটি কাহিনী আপোনালোকৰ আগত ডাঙি ধৰিছো , পঢ়ি ভাল পাব বুলি ভাবিছোঁ।

blog post
ভ্ৰমণ কাহিনীJuly 23 2023

ভ্ৰমনত বহুত অসুবিধাৰ সন্মুখীন হব লগীয়া হয়। ভাষাই হওঁক বা খানা পৰিস্থিতি চম্ভালি লব লাগে।

blog post
পথচাৰীMay 28 2023

এজন পথচাৰীৰ লগত চিনাকি হৈ আপোন সম্পৰ্ক গঢ়িব পাৰে। পথচাৰীক সম্মান কৰক ৰাস্তা দেখুৱাই দিয়ক। দেখিব আপোনাৰ আপোন হৈ পৰিছে।

blog post
আধৰুৱা চিঠিApril 08 2023

আজি আপোনালোকৰ মাজলৈ আধৰুৱা চিঠি এখনৰ দুখৰ সচা কাহিনী লৈ আহিছো , সকলোৱে পঢ়ি চাব বুলি ভাবিছোঁ ।

blog post
মীনাৰ সংসাৰMarch 08 2023

প্ৰতিগৰাকী মাইকী মানুহৰে একোটা জীৱন কাহিনী আছে । আজি মীনাৰ জীৱনৰ কাহিনীৰে women's day পালন কৰো আহক ।

blog post
জীয়া প্ৰেমFebruary 03 2023

প্ৰেমেৰে ভৰি পৰা এটি সুন্দৰ কলেজীয়া জীৱনৰ কাহিনী সাধু আকাৰত কৈ গৈছিল হৰেনে তেওঁৰ নাতি লৰা মন্টুক।

blog post
অনিতাৰ ঘৰDecember 18 2022

মুকুলৰ ঘৰত আজি যে উলহ মালহৰ ঢৌ উঠিছে , ঘৰখন আলহী অতিথিৰে ভৰি পৰিছে ।

blog post
উপাৰ্জনNovember 1 2022

ব্যৱসায় সৰুৱে হওঁক বা ডাঙৰে হওঁক ঠগ প্ৰৱঞ্চনা নকৰাকৈ চলালে সফলতা অৰ্জন কৰিব পাৰি ।

blog post
অভিজ্ঞতাSeptember 27 2022

নিজৰ সমাজৰ গতি বিধি জনাটো সহজ , কিন্তু পাহাৰৰ মানুহৰ গতি বিধি বুজিবলৈ বহুত টান হয় , সেয়েহে পাহাৰৰ মানুহৰ ওচৰলৈ গৈ গতি বিধিৰ বুজ লৱ লাগে । পাৰিলে সেইবোৰ মানুহৰ ভাল আদৰ্শ লৱ লাগে বুলি ভাবো ।

blog post
স্মৃতিJuly 13 2022

Covid-19 মহামাৰীৰ সময়ত যেতিয়া প্ৰথম Lockdown দিয়া হৈছিল তেতিয়া মানুহৰ বহুত কিছুমান সমস্যাৰ সৃষ্টি হৈছিল, সেইটোৰ আধাৰত মোৰ এটা অভিজ্ঞতা কাহিনী আকাৰ দিছো , নিশ্চয় আপোনালোকে ভাল পাব ।

blog post
শিহৰণJune 30 2022

আচলতে ভূত আছেনে নাই বিচাৰ কৰিব , কিন্তু মই কি দেখিছোঁ সেইটো মোৰ চকুৰ আগতে দেখিছো আৰু নাইকীয়া হৈ গ'ল । কিন্তু কিছুমান মানুহে ভূতৰ সুবিধা লৈ মানুহক ভয় খুৱায়।

profile

অসমীয়া ছোৱালী , অসমৰ বোৱাৰী ।

A homemaker with the passion of writing life experiences and doing reels 😋❤️
Poet / Storyteller / Reel Star

Keep in touch